Rudram Travels

Rudram Travels Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rudram Travels, Golaghat.

19/04/2026

আজি দুদিনৰ আগত গুৱাহাটী ৰ পৰা ডিগবৈ অভিমুখে ট্ৰান্চপট কোম্পানীৰ মাল লৈ আমাৰ এখন গাড়ী ৰাওনা হল, যাওঁতে সাধাৰনতে যাত্ৰাত তেনেকুৱা বৰ বিশেষ অসুবিধা নাথাকে,গাড়ীৰ মাল খালি হোৱাৰ পাছত ড্ৰাইভাৰ ফোন আহিল দাদা কেচা তামোল আছে নগাওঁ লৈ লডটো লই লওঁ যিহেতু গুৱাহাটী যাবই লাগিব তেলৰ খৰচটোকে ওলাব মই ও লৈ লবলৈ কলো, কথামতেই কাম তামোল লডিং কৰি আহিয়েই অলপ দুৰৈত ডেকা সকলে গাড়ী ৰাখিলে বিহু চান্দা লাগে পাচঁ হাজাৰ ড্ৰাইভাৰ লগত কথা পাতি পোন্ধৰশ টকা লৈ ৰিচিপ দি গাড়ী এৰিদিলে, তাৰ পিছত ঠিক বিশ কিলমিটাৰ মান আহি আকৌ চান্দা এইবাৰ যেনিবা তিনিশ ললে, তাৰপিছত ড্ৰাইভাৰ ৰ ফোন দাদা এনেকে কি গাড়ী চলাব একো নাবাছে পকেটৰ পৰা হে যাব আৰু আগত কি বা হয়, মই কলো মৰান হয় আহা ইমান অসুবিধা হব নালাগে, লগেলগে গাড়ী লক্ষীবাৰী পথেৰে গাড়ী আগবাঢ়িলে এইবাৰ টিখাং পোৱাৰ লগে লগে আকৌ বিহু চান্দা সংগঠনৰ নাম লৈ পোন্ধৰ হাজাৰ টকা লাগে আৰু যদি নিদিএ তামোল দুইবেগ দিব লাগে,এনে পৰ্যায় পালেগৈ যে টিংখ থানাৰ অচি ধমেন্দ্ৰ বৰা ডাঙৰীয়া ক ফোন কৰি ঘটনাটো অৱগত কৰিব লগা হয়, অচি বৰা ডাঙৰীয়াই লগেলগে বিষয় টো মীমাংসা কৰিদিয়ে, যিহেতু বিহুৰ কথা লৰাকেইজনক একহাজাৰ টকা ড্ৰাইভাৰে দি বিদায় লয়, আচল কথা হল এনেদৰে জোৰজুলুম কৰি চান্দা সংগ্ৰহ কৰা সংস্কৃতি কেতিয়া বন্ধ হব, এই ক্ষেত্ৰত প্ৰশাসনৰ দৃষ্টি কঠোৰ হোৱাটো ভাল, চান্দা লওক কিন্তু ডিমান্ড কৰি নহয়, আজি বিহু বুলিএই নহয় আমি প্ৰায় পাওঁ , কিবা নহয় কিবা অনুষ্ঠান থাকিবই ,একো যদি নাথাকে চিঠি খেলৰ নামত হলেও দিব লাগিব , আমাৰ দৰে সাধাৰন খাতিখোৱা মানুহ খিনিয়ে এনে পৰিবেশত ব্যৱসায় কৰিব নোৱাৰে, এনেধৰন পৰিৱেশ কামনা নকৰো !!



CMO Assam

নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু...
05/04/2026

নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।

জীৱন জিন্দাবাদ..

It Follows

আমাৰ প্ৰতিজন গাড়ী চালক আমাৰ পৰিয়ালৰ সদস্যৰ দৰে,  প্ৰতিটো সময়ত আমি এজনে আনজনৰ সাহস হৈ থিয় দিওঁ,  কালি আমাৰ নতুন গাড়ী খন...
07/01/2026

আমাৰ প্ৰতিজন গাড়ী চালক আমাৰ পৰিয়ালৰ সদস্যৰ দৰে, প্ৰতিটো সময়ত আমি এজনে আনজনৰ সাহস হৈ থিয় দিওঁ, কালি আমাৰ নতুন গাড়ী খনৰ চালক হীৰক ৰ জন্মদিন আছিলে, সেয়েহে ৰাতি পৰিয়ালৰ সকলোৱে মিলি তাৰ জন্মদিন উপলক্ষে কেক কাটি জন্মদিন পালন কৰো, আৰু জন্মদিনৰ আন্তৰিক শুভকামনা জনাওঁ |


゚viralシfypシ゚viralシalシ

শেষ মানেই টো শেষ নহয় ...আকৌ আৰম্ভ হয় ....
30/11/2025

শেষ মানেই টো শেষ নহয় ...

আকৌ আৰম্ভ হয় ....

26/11/2025

জীৱন সংগ্ৰাম...
সপোনৰ পৃথিৱী খন বিচাৰি আমি আগবাঢ়ি যাওঁ...

জীৱন জিন্দাবাদ..।


Parashmoni Bhatta
Esthetic Ariyan
Rana Kalita
Himangshu Boruah
Pallabjit Gogoi

বিশ্ব দৰবাৰত  অসমৰ চাহ ৰ এটি সুকীয়া পৰিচয় আছে , এই চাহক লৈ আমি গৌৰৱ কৰো ,  সঁচাকৈ বহুত ভাল লাগে যেতিয়া আমাৰ গাড়ীৰে অসমৰ...
26/11/2025

বিশ্ব দৰবাৰত অসমৰ চাহ ৰ এটি সুকীয়া পৰিচয় আছে , এই চাহক লৈ আমি গৌৰৱ কৰো , সঁচাকৈ বহুত ভাল লাগে যেতিয়া আমাৰ গাড়ীৰে অসমৰ চাহ বহি:ৰাজ্যলৈ ৰপ্তানি কৰা হয় !

゚viralシfypシ゚viralシalシ

04/11/2025
31/10/2025

হিয়াৰ আমঠু জুবিন দা ক শ্ৰদ্ধা জনায় আমাৰ RUDRAM পৰিয়ালৰ লগত জড়িত সকলো কৰ্মচাৰী ক তেখেত জীৱনৰ অন্তিম খন ছবি " ৰৈ ৰৈ বিনালে " তেওঁলোকৰ পৰিয়াল সহ উপভোগ কৰিবলৈ সুবিধা কৰি দিয়া হৈছে , তেখেত সকলে নিজৰ সময় আৰু সুবিধা অনুসৰি চিনেমাখনি উপভোগ কৰিব পাৰিব |

শেষত,

জয় জুবিন দা
জুবিন দাৰ ন্যায় বিচাৰো ,
জুবিন দা অমৰ হওঁক |

The ones who takes risks are the ones rewarded... 🤘
07/03/2025

The ones who takes risks are the ones rewarded... 🤘

06/03/2025

যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমাৰ নিজৰ স্বাথসিদ্ধি নকৰি কাৰোবাৰ সাৰথি হবলৈ প্ৰয়াস কৰা...

Address

Golaghat

Telephone

+917002265059

Website

Alerts

Be the first to know and let us send you an email when Rudram Travels posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share