Sidhartha guest house. kaziranga

Sidhartha guest house. kaziranga A complete desired n cozy lodge with traditional food facilities lyk ur home as u need. D facility of jeep safari is also available here. SAVE RHINO

30/09/2021
"সেউজীয়াৰ অনবদ্য অতুলনীয় ৰূপ লৈ কাজিৰঙা জীপাল হৈ উঠিছে ।দুচকু তৃপ্ত হোৱাকৈ পুনৰ প্ৰকৃতিয়ে সেইজীয়া হৈ হাঁহি মাৰিছে।"নমস্ক...
30/09/2021

"সেউজীয়াৰ অনবদ্য অতুলনীয় ৰূপ লৈ কাজিৰঙা জীপাল হৈ উঠিছে ।
দুচকু তৃপ্ত হোৱাকৈ পুনৰ প্ৰকৃতিয়ে সেইজীয়া হৈ হাঁহি মাৰিছে।"

নমস্কাৰ ,
পুনৰ মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
জীৱজন্তু আৰু সেউজীয়াৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা ব্যক্তিসকলে যান্ত্ৰিকতা তথা ব্যস্ততাৰ পৰা অলপ অৱসাদৰ সোৱাদ ল'বলৈ ইয়াত ফুৰিবলৈ আহিব বিচাৰিলে আমাক জ'নাব।

আমি যত্ন কৰিম যাতে আপোনালোকে সেউজীয়া ৰ সৈতে একত্ৰিত হৈ উপভোগ কৰিব পাৰে।

⚫জীপ চাফাৰী
⚫ল'জ
⚫হাতী চাফাৰী

অধিক জানিবলৈ তলত দিয়া নম্বৰ কেইটাত ক'ল কৰিব।
আমি অপেক্ষাৰে ৰ'ম।🙏😊

👉7002506252
👉9508913818
👉8876140191

Kaziranga reopening 2020~ 2021...Join us...
21/10/2020

Kaziranga reopening 2020~ 2021...
Join us...

Opening ceremony of Elephant Safari @   National Park....Get ready 4 Elephant Ride..2019-2020
01/11/2019

Opening ceremony of Elephant Safari @ National Park....
Get ready 4 Elephant Ride..2019-2020

11/10/2019

"সেউজীয়াৰ অনবদ্য অতুলনীয় ৰূপ লৈ কাজিৰঙা জীপাল হৈ উঠিছে ।
দুচকু তৃপ্ত হোৱাকৈ পুনৰ প্ৰকৃতিয়ে সেইজীয়া হৈ হাঁহি মাৰিছে।"

নমস্কাৰ,আজিৰ পৰা পুনৰ মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
জীৱজন্তু আৰু সেউজীয়াৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ থকা ব্যক্তিসকলে যান্ত্ৰিকতা তথা ব্যস্ততাৰ পৰা অলপ অৱসাদৰ সোৱাদ ল'বলৈ ইয়াত ফুৰিবলৈ আহিব বিচাৰিলে আমাক জ'নাব।

আমি যত্ন কৰিম যাতে আপোনালোকে সেউজীয়া ৰ সৈতে একত্ৰিত হৈ উপভোগ কৰিব পাৰে।

⚫জীপ চাফাৰী
⚫ল'জ
⚫হাতী চাফাৰী

অধিক জানিবলৈ তলত দিয়া নম্বৰ কেইটাত ক'ল কৰিব।
আমি অপেক্ষাৰে ৰ'ম।🙏😊

👉7002506252
👉9508913818
👉8876140191

Nomoskar🙏12 th octobr 2019 r pora kaziranga reopen hbo.. prokritir heujia rupok usrr pora janiboloi saboloi hepah thoka ...
10/10/2019

Nomoskar🙏
12 th octobr 2019 r pora kaziranga reopen hbo.. prokritir heujia rupok usrr pora janiboloi saboloi hepah thoka montuk badha dibo pari janu...
Tente ahok 12th octo r pora ru upobhug korok prokritir onobodyo houndarjyotak..
Dhonyobaad.

30/09/2019

যিসকলে নতুনকৈ লাইক কৰিছে সকলোকে ধন্যবাদ জনাইছো আমাৰ পেজটো লাইক কৰাৰ বাবে ।🙏
আপোনালোকে সকলো ধৰণৰ সুবিধা পাব।
আপোনালোকৰ মৰমৰ কাজিৰঙা উদ্যান খন অতি সোনকালেই অ'পেন হ'ব।
ধন্যবাদেৰে
সিদ্ধাৰ্থ প্ৰতিম চুতীয়া (মন্টি)।

23/11/2018
09/10/2016

Address

Sidhartha Guest House. Kohora Kaziranga. Dist/golaghat . Near Kohora Dispensary
Golaghat

Telephone

+917002506252

Website

Alerts

Be the first to know and let us send you an email when Sidhartha guest house. kaziranga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share