bidyut saikia

bidyut saikia bidyut bikash saikia

14/04/2026
With Sima Rani Borah – I just got recognised as one of their top fans! 🎉
28/02/2026

With Sima Rani Borah – I just got recognised as one of their top fans! 🎉

30/08/2025

মজা

এটা হাঁহি আৰু দিনটোৰ সকলো কষ্ট দুখ ভাগৰ পলকতে শেষ। আজি ৰাতিপুৱা শুই উঠাৰ পৰা মনতো অলপ বেয়া লাগি আছিল  হয়তো মোৰ একমাত্ৰ...
30/07/2025

এটা হাঁহি আৰু দিনটোৰ সকলো কষ্ট দুখ ভাগৰ পলকতে শেষ। আজি ৰাতিপুৱা শুই উঠাৰ পৰা মনতো অলপ বেয়া লাগি আছিল হয়তো মোৰ একমাত্ৰ ভাইতি আজি কৰ্মসূত্ৰে পুনৰ গুৱাহাটীলৈ ধাপলি মেলিব নহ'লে সামান্য আঘাতৰ বাবে ল'ৰাৰ অন্তৰ চুই যোৱা কান্দোন ইত্যাদি বোৰৰ বাবে বাবেই হয়তু, এক অজান দুখ মনৰ মাজত লৈ কৰ্মস্থলীলৈ ধাৱমান হলো। দিনতো এক বুজাব নোৱাৰা ভয় আৰু শঙ্কাৰ মাজেৰে অতিবাহিত কৰিলো । ঘৰলৈ উভতি আহোতে যোৰহাট নগৰৰ মাজমজিয়াত এজন ৰিক্সা চালকে কেকো জেকো কৈ শকত আৱত এহাল বলে নোৱাৰা দম্পতীক ৰিক্সাত উঠাই আনিছে চালক জনৰ চকুত মোৰ চকু পৰিলে আৰু চালক জনে এনেকুৱা এটা ভাষাৰে বুজাব নোৱাৰা হাঁহি মাৰিলে যিটোৰ ৰহস্য বুজিবলৈ চেষ্টা কৰি কৰি মই আহি থাকোঁতে ঘৰেই পালোহি কিন্তু হাঁহিটোৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম নহলো কিন্তু হাহিটোৱে মোৰ বেয়া লাগি থকা মনটো পলকতে পৰিবৰ্তন আনিলে। তেওঁ ক'ব বিচাৰিছে এই মৰ গৰমক নেঁওচি বলে নোৱাৰা দম্পতী হালক যেনে তেনে গন্তব্যস্থানত থৈ তেওঁ পৰিয়ালৰ বাবে যি যোগাৰ কৰিছে সেয়া তেওঁৰ বাবে পৃথিৱীৰ চৰম সুখ,তেওঁৰ এই সুখী মনটোৰ পৰা ওলোৱা পৰম সুখৰ জিলিকনিটোৱে মোকো চুই গল আৰু বেয়া লাগি থকা মনটো পলকতে সুখলৈ পৰিবৰ্তন কৰিলে । মনৰ অংক বৰ জটিল মনে ক'ত কেতিয়া কি কৰে বুজিব নোৱাৰি।

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when bidyut saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category