11/04/2025
আচছালামুআলাইকুম
Madina Tour and Travels পৰা অহা কালি 12-04-2025 তাৰিখৰ দিনা আবেলি 04:00 pm বজাত 24 জনীয়া গ্ৰুপ এটা ওমৰাহ কৰিবলৈ মক্কা-মদিনালৈ যাব। সকলোৱে দোৱা কৰিব যাতে সিহঁতে ছহি ছালামত ওমৰাহ পালন কৰিব পাৰে ।