Shurooq Travelers

Shurooq Travelers customize travel planner

Destination TRAVEL Management Company


আপোনাৰ ভ্ৰমণ আমাৰ দায়িত্ব যত্ন, আৰাম আৰু বিশ্বাসেৰে গঢ়া এক সুন্দৰ যাত্ৰা 🤝

Dubai & Thailand,vietnam trips specialize



whatsapp text +918724019345

5-Star Google Rated ⭐⭐⭐⭐⭐

.They travelled with us once and trusted us againDubai ✔️Thailand ✔️Next Vietnam ????
13/09/2026

.

They travelled with us once and trusted us again
Dubai ✔️
Thailand ✔️
Next
Vietnam ????


11/09/2026

জীৱনৰ এটা সৰু অনুভৱ…
নিলিখাকৈ নোৱাৰিলোঁ। ❤️

জীৱনত কিছুমান মানুহক আমি প্ৰথমে client হিচাপে লগ পাওঁ… কিন্তু সময়ৰ লগে লগে কেতিয়া যে তেওঁলোক নিজৰ মানুহ হৈ পৰে, সেয়া নিজেও গম নাপাওঁ।

কেতিয়াবা তেওঁলোকৰ পৰা পোৱা মৰম, আন্তৰিকতা আৰু আপোনভাৱ ইমান গভীৰ হয় যে মনে মনে ভাবোঁ—
“এই মৰমটো হয়তো কেতিয়াবা নিজৰ মানুহৰ পৰাও নাপালোঁ…” 🥺❤️

অচিনাকি হৈ অহা কিছুমান মানুহে এদিন নিজৰ জীৱনৰ সুখ-দুখ, ব্যক্তিগত কথা, সমস্যাবোৰো আমাৰ সৈতে ভাগ-বতৰা কৰিবলৈ আৰম্ভ কৰে। কোনোবাই ঘৰত ভাত খাবলৈ মাতে, কোনো সমস্যাত পৰিলে সমাধান বিচাৰি দিয়ে, ব্যস্ততাৰ মাজতো খবৰ লয়—
“ভাল আছানে?”
এই এটা সৰু প্ৰশ্নতেই কেতিয়াবা ইমান মৰম লুকাই থাকে… ❤️

কোনোবাই দূৰৰ পৰাই মৰমতে উপহাৰ লৈ আহে। “নালাগে” বুলি কোৱাৰ পিছতো কয়—
“আপোনাৰ বাবে আনিছোঁ, ল’বই লাগিব।” 🥹❤️

তেতিয়া সঁচাকৈয়ে অনুভৱ হয়—
সম্পৰ্ক সদায় তেজৰ সম্পৰ্ক নহয়।
কিছুমান সম্পৰ্ক কোনো নাম নোহোৱাকৈয়ে হৃদয়ত ঠাই কৰি লয়।
কিছুমান মানুহ অচিনাকি হৈ আহে, কিন্তু এদিন তেওঁলোকৰ যত্ন, মৰম আৰু আন্তৰিকতাই তেওঁলোকক নিজৰ মানুহতকৈও আপোন কৰি তোলে। ❤️

জীৱনে মোক এটা কথা শিকালে—
মানুহৰ মূল্য তেওঁ আমাৰ কি হয় তাত নহয়, তেওঁ আমাক কেনেকৈ অনুভৱ কৰায় তাতহে। ❤️

এনে মৰম পোৱাটো সঁচাকৈয়ে মোৰ বাবে এক আশীৰ্বাদ।
প্ৰতিটো খবৰ লোৱা, প্ৰতিটো মৰমৰ কথা, প্ৰতিটো নিমন্ত্ৰণ, প্ৰতিটো উপহাৰ আৰু প্ৰতিটো নিঃস্বাৰ্থ যত্নৰ বাবে…

অন্তৰৰ পৰা কৃতজ্ঞ।
আপোনালোক client হৈ আহিছিল,
কিন্তু কেতিয়ানো হৃদয়ৰ আপোন মানুহ হৈ গ’ল—
সেইটো হয়তো কেতিয়াও বুজি উঠিব নোৱাৰিম। ❤️🥹🙏

Regards
Monoshree





10/09/2026

Dubai diyaan gallan, Punjabi da swag — with Shurooq Travels! 🇦🇪❤️



03/09/2026

ডুবাইৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা ডুবাইলৈ — এতিয়া পোনপটীয়া বিমান সেৱা✈️….

🇦🇪 DUBAI | 🇹🇭 BANGKOK | 🇻🇳 VIETNAM

⭐ 5-Star Rated Personalized Tours
🏡 Homely & Warm Service
🤝 Friendly & Premium Travel Assistance
🕐 24×7 Dedicated Support
🌍 Updated Destination Knowledge & Expert Guidance

📲 For bookings & enquiries: +91 87240 19345

Where Premium Travel Meets Personal Care.

#অসম

Durga Puja Special Offer Thailand Awaits! 🇹🇭🌊🏝️Celebrate the festive season with beaches, islands, shopping & beautiful ...
25/08/2026

Durga Puja Special Offer
Thailand Awaits! 🇹🇭🌊🏝️

Celebrate the festive season with beaches, islands, shopping & beautiful experiences.

📍 Exciting packages | Special festive offers | Hassle-free travel
.


24/08/2026

.

Dubai Cruise-ত Clientৰ সৈতে 🚢🚢
August highlites 🌟🌟🌟🌟🌟

#অসম

✈️ Travel Beyond Expectations 🌍Your group. Your destination. Our expertise.Planning your next group journey to Dubai,Tha...
20/08/2026

✈️ Travel Beyond Expectations 🌍

Your group. Your destination. Our expertise.

Planning your next group journey to Dubai,Thailand or Vietnam?

Let us take care of the details while you focus on making memories.

✨ Seamless planning
🌏 Exceptional destinations
🤝 Professional travel support
💫 Experiences that go beyond expectations

Travel together. Travel better. Create memories that last.

📞 Group Tour Enquiries: +91 87240 19345



Address

Dubai

Alerts

Be the first to know and let us send you an email when Shurooq Travelers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Shurooq Travelers:

Shortcuts

Share

Category