Beki Travel Agency

Beki Travel Agency One Stop Travel Solution

“সৰভোগৰ পৰা পুৰী, উৰিষ্যা ভ্ৰমণ”সমূহ বৰনগৰবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ বেকী ট্ৰেভেল এজেঞ্চিৰ তৰফৰ পৰা অহ...
05/03/2023

“সৰভোগৰ পৰা পুৰী, উৰিষ্যা ভ্ৰমণ”

সমূহ বৰনগৰবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ বেকী ট্ৰেভেল এজেঞ্চিৰ তৰফৰ পৰা অহা ইং ২ এপ্ৰিল তাৰিখৰ পৰা ৯ দিনীয়া ভ্ৰমণ লক্ষ্যৰে পুৰী উৰিষ্যালৈ এটি তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে । ৰাইজৰ সুবিধাৰ্থে অতি নূন্যতম মূল্যত ভ্ৰমণটোৰ আয়োজন খৰছৰ লগতে ৬ বছৰ বয়সৰ শিশুৰ বাবে যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে ।

ভ্ৰমণৰ বিষয়ে বিতংভাৱে জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে লগতে তলত ভ্ৰমণস্থলী সমূহৰ নাম উল্লেখ কৰা হল -
☀️ জগন্নাথ মন্দিৰ
☀️ কণাৰ্ক মন্দিৰ
☀️ ধৱলগিৰী
☀️ লিংগৰাজ
☀️ পুৰী সাগৰ তীৰ
☀️ নন্দন কানণ

Contact us at:
9854338515 / 86383 54166

Address

Sorbhog
Barpeta
781317

Telephone

+919854338515

Website

Alerts

Be the first to know and let us send you an email when Beki Travel Agency posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Beki Travel Agency:

Shortcuts

Share

Category