Assam Bhawan Chennai

Assam Bhawan Chennai Enjoy ur stay.We look forward to service you

01/09/2024
01/09/2024

Peetha or Jolpaan? We know you love both but you have to pick only one. Share your answers in the comment section

For more information about Awesome Assam and bookings etc. log on to www.assamtourism.gov.in







23/04/2023

Sensational Assamese Singer Babu Baruah will be performing live at Montfort Auditorium, 23rd April 2023

23/04/2023
https://m.facebook.com/story.php?story_fbid=1735921646565271&id=100004423573387
17/05/2020

https://m.facebook.com/story.php?story_fbid=1735921646565271&id=100004423573387

*ঘোষণা*

সকলো চেন্নাইবাসী অসমীয়াক অনুৰোধ জনোৱা হ'ল যাতে তেওঁলোক কোনো ভিত্তিহীন বাতৰি, মেচেজ , ফোনকল ৰ দ্বাৰা প্ৰভাৱিত হৈ অসম ভৱন, চেণ্ট্ৰেল বা এগম'ৰ ৰেʼলৱে ষ্টেচন, বা কোনো কেম্পলৈ ৰাওনা নহয়। আপোনালোক বৰ্তমান সময়ত যʼত বাস কৰি আছে তাতেই থাকিবলৈ অনুৰোধ জনোৱা হ'ল।অন্যথা আপোনালোক অযথা অসুবিধাৰ সম্মুখীন হʼব।

প্ৰশাসনে ৰাজহুৱা স্হানত যিকোনো ধৰণৰ ভিৰ বা সমাগমৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰী কৰিছে। চেন্নাইৰ পৰা অসম অভিমুখী কোনো ৰেʼল বা অন্যান্য যাতায়তৰ তাৰিখ নিৰ্ধাৰিত কৰা হোৱা নাই। ৰেʼল অথবা আন কোনো যাতায়ত ব্যৱস্থাৰ দ্বাৰা অসম অভিমুখী ৰাইজক অসমলৈ প্ৰেৰণ কৰাৰ দায়িত্ব প্ৰশাসনৰ আৰু ৰা‌ইজক দিন নিৰ্ধাৰিত হʼলে নিশ্চয় প্ৰশাসনে জানিবলৈ দিব।

আমি ৰাইজক সকলো বাৰ্তা উপলব্ধ হʼলেই জনাই থাকিম। কোনো উৰাবাতৰি বা ভিত্তিহীন তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলোকে অনুৰোধ জনালো। এই সংক্ৰান্তত যিকোনো শেহতীয়া তথ্যৰ বাবে অসম এচʼচিয়েছন চেন্নাইৰ ফেʼচবুক পৃষ্ঠাত দৃষ্টি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল।
সকলো কুশলে থাকক।

*Announcement*

Request all people of Assam in Chennai NOT to come out of their present location, and they must avoid going to Assam Bhawan, Central/Egmore Railway Station or to any camp based on call or message from their friends. You will face inconvenience.

The administration has prohibited all kinds of public gatherings. No travel date from Chennai has been confirmed by the administration. The Government will let people know whenever transportation to Assam is available.

We will continue to make all necessary updates. Request all to not spread any rumours and misinformation. Keep following Assam Association Chennai page for regular updates.
Stay Safe

12/12/2019

AAI ASOM

Address

Tambaram Velachery , Main Road, Pallikaranai
Chennai
600100

Website

Alerts

Be the first to know and let us send you an email when Assam Bhawan Chennai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share