Joypur Welfare Club

Joypur Welfare Club A group of individuals joined together and working hard for the welfare of the locality.

ওঁ সৰস্বতী মহাভাগে       বিদ্যে কমললোচনে বিশ্বৰূপে বিশ্বলক্ষ্মীবিদ্যাং দেহি নমঃস্তোতে।।জয়পুৰ ৱেলফেয়াৰ ক্লাবৰ পৰিয়ালবৰ...
05/02/2022

ওঁ সৰস্বতী মহাভাগে
বিদ্যে কমললোচনে
বিশ্বৰূপে বিশ্বলক্ষ্মী
বিদ্যাং দেহি নমঃস্তোতে।।

জয়পুৰ ৱেলফেয়াৰ ক্লাবৰ পৰিয়ালবৰ্গৰ তৰফৰপৰা সকলোকে সৰস্বতী পূজাৰ শুভ কামনা যাচিলো। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীয়ে সকলোকে আশীৰ্বাদ কৰি জ্ঞান -গৰিমাৰে ধৰণী পোহৰাই তোলক।

সকলোকে ৭৩ তম্ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচিলো।
26/01/2022

সকলোকে ৭৩ তম্ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচিলো।

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা- নেতাজী সুভাষচন্দ্ৰ বসু দেৱৰ জন্ম তিথিত তেখেতলৈ শতকোটি প্ৰণাম আৰু শ্ৰদ্ধ...
23/01/2022

আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা- নেতাজী সুভাষচন্দ্ৰ বসু দেৱৰ জন্ম তিথিত তেখেতলৈ শতকোটি প্ৰণাম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা, কবি, বিশ্ব শিপ্লী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক তেখেতৰ মৃত্যু তিথিত আমি শ্ৰদ্ধাৰে সু...
17/01/2022

প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা, কবি, বিশ্ব শিপ্লী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক তেখেতৰ মৃত্যু তিথিত আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।

সকলোকে  উৰুকাৰ লগতে বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।মাঘৰ মেজীৰ‌ জুইয়ে নাশ কৰক সকলো ধৰণৰ অসূয়া -অপ্ৰী...
13/01/2022

সকলোকে উৰুকাৰ লগতে বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
মাঘৰ মেজীৰ‌ জুইয়ে নাশ কৰক সকলো ধৰণৰ অসূয়া -অপ্ৰীতি, হতাশা আৰু অমংগল । লগতে সকলোৰে মন পোহৰাই তুলি নতুন উদ্যমেৰে আগুৱাই যোৱাৰ শক্তি দিয়ক।
এই ভোগালী বিহুয়ে সকলোৰে মন আৰু ভৰাঁল ভোগালী কৰি তোলক।

28/12/2021
আজি DIPANJALI KONWAR ৰ জন্মদিন উপলক্ষ্যে তেখেতে JOYPUR WELFARE CLUB ৰ  যোগেদি এইকেইজন ব্যক্তিলৈ আজিৰ খাদ্য আগবঢ়ায় । DI...
17/12/2021

আজি DIPANJALI KONWAR ৰ জন্মদিন উপলক্ষ্যে তেখেতে JOYPUR WELFARE CLUB ৰ যোগেদি এইকেইজন ব্যক্তিলৈ আজিৰ খাদ্য আগবঢ়ায় ।
DIPANJALI KONWAR আপোনাক আমাৰ সকলোৰে তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে জন্মদিনৰ আন্তৰিক শুভ কামনা যাচিলো , আগন্তুক দিনবোৰ সুকলমে, সুখ-শান্তিৰে পাৰ হওঁক তাৰে কামনা কৰিলোঁ।
ধন্যবাদ 🙏।

আমাৰ সভাপতি। Krishanu Dhar ৰ দ্বাৰা অসহায় ব্যক্তি সকলক খাদ্যৰ যোগান ধৰা হয়।
15/12/2021

আমাৰ সভাপতি। Krishanu Dhar ৰ দ্বাৰা অসহায় ব্যক্তি সকলক খাদ্যৰ যোগান ধৰা হয়।

জয়পুৰৰ এজন  মৰমৰ যুৱক Lt. PRAYASH BORKOTOKY ৰ জন্ম দিন উপলক্ষে তেওঁৰ পৰিয়ালবৰ্গই তেখেতৰ স্মৃতিত আজি JOYPUR WELFARE CLU...
11/12/2021

জয়পুৰৰ এজন মৰমৰ যুৱক Lt. PRAYASH BORKOTOKY ৰ জন্ম দিন উপলক্ষে তেওঁৰ পৰিয়ালবৰ্গই তেখেতৰ স্মৃতিত আজি JOYPUR WELFARE CLUB ৰ যোগেদি কেইজনমান অসহায় লোকক খাদ্য আগবঢ়াই ,আৰু এই খাদ্য বিতৰণত আমাৰ সদস্য SURAJ SAHA ই সহায় কৰে।
PRAYASH BORKOTOKY ৰ দৰে এজন মানৱদৰদী তথা সামাজিক দায়ৱদ্ধতা থকা যুৱক আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আমাৰ বাবে সচাঁই দূৰ্ভাগ্যজনক । আজিৰ এই দিনটোত আমি তেওঁক মৰমেৰে সুঁৱৰিছো লগতে তেওঁ য'তেই আছে শান্তি থাকক তাৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। তেখেতৰ পৰিয়াল লগত আমি। সদায়ে আছো।🙏🙏

ইয়াৰ দ্বাৰাই জয়পুৰবাসী ৰাইজক  জনাব বিচাৰোঁ যে , জয়পুৰ ৰাজহুৱা খেল পথাৰৰ কাষৰ এগৰাকী অকলশৰীয়া আৰু  আৰ্থিক ভাৱে দুৰ্বল...
03/12/2021

ইয়াৰ দ্বাৰাই জয়পুৰবাসী ৰাইজক জনাব বিচাৰোঁ যে , জয়পুৰ ৰাজহুৱা খেল পথাৰৰ কাষৰ এগৰাকী অকলশৰীয়া আৰু আৰ্থিক ভাৱে দুৰ্বল মহিলা -Name: Manumoti Sharma.
Age:70
C/o: Bhaba Sharma.
ৰ ভৰি এখন ভঙাৰ বাবে বহু কষ্টত যোৱা তিনিদিনৰ পৰাই ভুগি আছে।এই কথা জানিব পাৰি আজি JOYPUR WELFARE CLUB ৰ সমাজ সেৱা সম্পাদক- Suraj Saha,
Purnima Haripal ৰ লগতে সাংস্কৃতিক সম্পাদিকা- Sangita Saikia ই তেখেতৰ ঘৰত উপস্হিত হৈ স্বাস্থ্যৰ বুজ লৈ জানিব পাৰে যে , তেখেতক ডাক্তৰে অতি সোনকালেই অস্ত্ৰোপ্ৰচাৰ কৰাৰ নিৰ্দেশ দিছে আৰু প্ৰায় ৮০,০০০ টকাৰ খৰচ বুলি জনাইছে। তেওঁ যিহেতু আৰ্থিক ভাৱে দুৰ্বল গতিকে এই ক্ষেত্ৰত আমি জয়পুৰ বাসী ৰাইজে এইগৰাকী মহিলাক যদি কিছু পৰিমাণে সহায় কৰিব পাৰোঁ তেন্তে তেখেতে বহুতো সকাহ পাব।তেখেতৰ বেংক একাউণ্ট নম্বৰ তলত উল্লেখ কৰা হৈছে।
A/C Holder- Manumoti Sharma.
Near Joypur HS School.
A/C NO-2315117758 (Central Bank of India- Naharkatiya Branch)
IFSC Code-CBIN0282113
7086833954
6003384627
ধন্যবাদ 🙏।
JOYPUR WELFARE CLUB ৰ হৈ- অষ্টমিকা কাশ্যপ,
কাৰ্যকৰী সভানেত্ৰী
জয়পুৰ ৱেলফেয়াৰ ক্লাব,
জয়পুৰ ডেইলী বজাৰ।

আজি ২ ডিচেম্বৰ অসম দিৱসৰ দিনা ,বৰ অসমৰ স্থাপক স্বৰ্গদেউ চাওলুং চুকাফা দেৱক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।
02/12/2021

আজি ২ ডিচেম্বৰ অসম দিৱসৰ দিনা ,বৰ অসমৰ স্থাপক স্বৰ্গদেউ চাওলুং চুকাফা দেৱক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো।

JOYPUR WELFARE CLUB ৰ তৰফৰ পৰা চলিত সপ্তাহৰ খাদ্য যোগানৰ দায়িত্ব লয় আমাৰ সদস্য Abbas Ahmed এ আৰু এই খাদ্য বিতৰণত সহায়...
27/11/2021

JOYPUR WELFARE CLUB ৰ তৰফৰ পৰা চলিত সপ্তাহৰ খাদ্য যোগানৰ দায়িত্ব লয় আমাৰ সদস্য Abbas Ahmed এ আৰু এই খাদ্য বিতৰণত সহায় কৰে Suraj Saha এ।

Address

Joypur Daily Bazar
Dibrugarh
786614

Alerts

Be the first to know and let us send you an email when Joypur Welfare Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Joypur Welfare Club:

Share

Category