Duliajan BJP

Duliajan BJP Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Duliajan BJP, Tourist Information Center, DULIAJAN, Duliajan.

13/06/2026
13/06/2026

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত উপস্হিত থাকোঁ।

📍লোকসেৱা ভৱন, দিছপুৰ।

Himanta Biswa Sarma

13/06/2026
23/03/2026

দুলীয়াজানত আমাৰ শ্লোগান এইবাৰ —

১) ✨ "বিকাশৰ আন এটা নাম – ৰামেশ্বৰ তেলী" ✨

২) ✨দুলীয়াজনৰ সংকল্প, বিজেপিই বিকল্প । ✨

৩) ✨ কেন্দ্ৰৰ পৰা ৰাজ্যলৈ, উন্নয়নৰ সাৰথি এইবাৰ দুলীয়াজানত শ্ৰী ৰামেশ্বৰ তেলী! 🚩

৪) "তেল নগৰীৰ সপোনৰ সাৰথি,
ৰামেশ্বৰ তেলী আমাৰ পৰিচয়ৰ আৰতি।
বিকাশৰ যাত্ৰাত নাই কোনো জিৰণি,
দুলীয়াজানত পুনৰ বিজেপিৰ জয়ধ্বনি!"

৫) "দিল্লীত যাৰ কণ্ঠই অসমৰ কথা কয়,
দুলীয়াজানৰ ৰাইজে তেওঁক কিয় নো নকব জয়?
শ্ৰমিকৰ বন্ধু, মাটিৰ মানুহ আমাৰ তেলী ডাঙৰীয়া,
উন্নয়নৰ জোৱাৰেৰে উপচাই দিব দুলীয়াজানৰ চুবুৰীয়া!"

৬) "মাতৃৰ আশীৰ্বাদ, যুৱকৰ বিশ্বাস,
বিজেপি চৰকাৰেই আমাৰ শেষ আশ্বাস।
দুলীয়াজানৰ মাটি, দুলীয়াজানৰ মান,
ৰামেশ্বৰ তেলীয়েই আমাৰ গৌৰৱ আৰু শান!"

(JAGJIBAN Team)
BJP Assam PradeshBharatiya Janata Party (BJP)Himanta Biswa SarmaDilip SaikiaSarbananda SonowalAmit ShahRameswar TeliBJP Dibrugarh District

23/03/2026

দুলীয়াজানৰ পদূলিয়ে পদূলিয়ে আজি এটায়েই সুৰ,
বিজেপিৰ শাসনত দুখ হ’ব দূৰ।

অৰুণোদয় দিছে মা-ভনীক হাঁহি,
নিযুত মইনা আঁচনিত শিক্ষাৰ নতুন বাঁহী।
লাখপতি বাইদেউ এতিয়া নিজৰ ভৰিত থিয়,
বিজেপি চৰকাৰক আমি নিদিম নো কিয়?

কেন্দ্ৰীয় মন্ত্ৰী আছিল যিজন, শ্ৰমিকৰ হিয়াৰ আমঠু,
ৰামেশ্বৰ তেলী আমাৰ আপোন, নাই কোনো ভেদা-ভেধু।
তেল-গেছৰ নগৰী আমাৰ, সম্পদৰ ভঁৰাল,
বিজেপিৰ হাততহে হ’ব ইয়াৰ সুৰক্ষাৰ দেৱাল।

আহক, আমি সকলোৱে একত্ৰিত হওঁ,
বিকাশৰ স্বাৰ্থত আকৌ এবাৰ বিজেপিৰ জয়গান গাওঁ।

বিজেপি জিন্দাবাদ!
ৰামেশ্বৰ তেলী জিন্দাবাদ!
জয় আই অসম!

(JAGJIBAN Team)
BJP Assam PradeshBharatiya Janata Party (BJP)Himanta Biswa SarmaDilip SaikiaSarbananda SonowalAmit ShahRameswar TeliBJP Dibrugarh District

Address

DULIAJAN
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Duliajan BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share