Pranjit Travels

Pranjit Travels A small travels unit which always taken care of passengers safety measures first...

13/04/2024
03/07/2023
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ আৰ্শীবাদ শিৰত লৈ আজি প্ৰানজিত ট্ৰেভেলছে যাত্ৰাৰ ১৪টি বছৰ সম্পূৰ্ন কৰিলে । এই...
03/07/2023

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আপোনালোকৰ আৰ্শীবাদ শিৰত লৈ আজি প্ৰানজিত ট্ৰেভেলছে যাত্ৰাৰ ১৪টি বছৰ সম্পূৰ্ন কৰিলে । এই ১৪ বছৰীয়া পৰিক্ৰমাত বহুতো ঘাট-প্ৰতিঘাট নেওচি সদায় জনস্বাৰ্থত নিজকে নিয়োজিত কৰিবলৈ চেষ্টা কৰি আহিছে প্ৰানজিত ট্ৰেভেলছে । বিগত সময়ছোৱাত আমাৰ লগত জড়িত প্ৰতিজন সদস্যক আজি এই শুভ দিনটোত শ্ৰদ্ধা ও ধন্যবাদ জ্ঞাপন কৰিছো। ভৱিষ্যতেও আপোনালোকৰ মৰম আৰু সহাঁৰি পাই যাম বুলি আশাৰে বাট চাই ৰ'লো...এই চেগতে প্ৰানজিত ট্ৰেভেলছৰ নৱ সংযোজিত বাহনখন ৰাইজৰ সেৱালৈ বুলি আগবঢ়ালোঁ...

26/01/2023
09/01/2023

Pranjit Travels ❣️

📸 Pallabjit Gogoi

23/07/2022

Vacancies are Available for
Customer Care cm Ticket Booking Executive at Guwahati ISBT.
Interested candidates can send updated Resume to us: [email protected]

21/07/2022

WITH YOUR CONSTANT LOVE & SUPPORT WE HAVE BEEN NOMINATED FOR:
*RED BUS PEOPLE'S CHOICE AWARD*
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ৰ বাবে একমাত্ৰ অসমৰ পৰা প্ৰানজিত ট্ৰভেলছ মনোনীত হৈছে, প্ৰানজিত ট্ৰেভেলছক বিজয়ী নিৰ্বাচিত কৰিবলৈ অনুগ্ৰহ কৰি তলত দিয়া লিংক ৰ জৰিয়তে সহজতে ভোটটি প্ৰদান কৰিব পাৰিব । গতিকে পলম নকৰি এতিয়াই ভোটটি প্ৰদান কৰক।
ধন্যবাদ ।
Last Date: 26-07-2022
https://www.surveymonkey.com/r/YMJ6TMM

Address

Ahom Gaon, ISBT Betkuchi, Near Fire Service Station. Guwahati
Guwahati
781034

Alerts

Be the first to know and let us send you an email when Pranjit Travels posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranjit Travels:

Share

Category