Qasmi Tour and Travels, Hojai

Qasmi Tour and Travels, Hojai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Qasmi Tour and Travels, Hojai, Travel Company, G N B Road muslim patti hojai, near by panch ali mosjid, Hojai.

 #  Hojai ​🕋 আসন সীমিত! পৱিত্ৰ উমৰা যাত্ৰাৰ বাবে বুকিং চলি আছে 🕋​ইনশাআল্লাহ, অহা ১৫ ছেপ্টেম্বৰত আমাৰ Qasmi Tours & Trave...
12/08/2026

# Hojai
​🕋 আসন সীমিত! পৱিত্ৰ উমৰা যাত্ৰাৰ বাবে বুকিং চলি আছে 🕋
​ইনশাআল্লাহ, অহা ১৫ ছেপ্টেম্বৰত আমাৰ Qasmi Tours & Travels-ৰ ফালৰ পৰা পৱিত্ৰ উমৰালৈ নতুন বেচ ৰাওনা হ’ব।
​যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই পৱিত্ৰ মক্কা আৰু মদীনা শ্বৰীফ দৰ্শনৰ(উমৰাহ) সপোন দেখিছে, তেন্তে পলম নকৰি আজিয়েই আমাৰ সৈতে যোগাযোগ কৰক।
​✨ আমাৰ সেৱাসমূহ:
যাতায়াত, থকা-খোৱাৰ সু-ব্যৱস্থা আৰু সুন্দৰ নিৰ্দেশনাৰে আপোনাৰ যাত্ৰা সহজ আৰু আৰামদায়ক কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
​🗓 যাত্ৰাৰ তারিখ: ১৫ ছেপ্টেম্বৰ
📍 ট্ৰাভেল এজেন্সী: Qasmi Tours & Travels Hojai.
​📞 অধিক তথ্য আৰু বুকিংৰ বাবে যোগাযোগ কৰক:
📱7896266413
🤲

15/06/2026
19/05/2026

Address

G N B Road Muslim Patti Hojai, Near By Panch Ali Mosjid
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Qasmi Tour and Travels, Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share