19/09/2025
অসহনীয় এক বাৰ্তা | অসমৰ জনপ্ৰিয় কন্ঠশিল্পী যুব প্ৰজন্ম হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজি কাহানিও উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গল | তেওৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক 🙏🏻 আমি চাচনী মেৰবিল পৰিবেশ প্ৰকল্পৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো |তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক | তাৰেই কামনাৰে....জুবিন গাৰ্গ অমৰ হওক চিৰজীবন আমাৰ মাজত তেঁওৰ সংগীত জগতৰ কৰ্মৰাজিৰে....♥️♥️