Tezpur Tourism

Tezpur Tourism This is not a travel package selling website, we offer information for our visitors and invite them

26/05/2025
24/05/2025

শেষ হোৱা নাই মানৱতা ।
==================
খুউব উৎসাহভৰা কথাৰে ফটোখন মোলৈ আজি দুপৰীয়া তুলি পঠিওৱা ব্যক্তিজন হ'ল তেজপুৰৰ জনপ্ৰিয় অভিনেতা পুতুল বৰুৱা ।ক'লে --তেজপুৰ চহৰৰ ত্ৰিবেণী চাৰিআলিৰ ওচৰত দুপৰীয়া প্ৰচণ্ড ভীৰৰ মাজত এগৰাকী ঠেলা চালকে ঠেলাখনত জীৱিকাৰ তাড়নাত অধিকহাৰত বোজাই কৰি অনা সামগ্ৰী সমূহৰ বাবে কিছু আপৰ বাবে ঠেলাখন চলাব নোৱৰা দৃশ্য প্ৰতক্ষ কৰি দৰংমহাবিদ্যালয়ৰ ইউনিফৰ্মত থকা এগৰাকী ছাত্ৰীয়ে ঠেলাখন কিছুদূৰ ঠেলি ঠেলা চালকজনক সকাহ প্ৰদান কৰা দৃশ্যই মোক যথেষ্ট আহ্লাদিত কৰিলে ।মই পুতুলদাক ক'লো ভিডিঅ কৰিব নোৱাৰিলে ?পুতুলদাই ভীৰৰ বাবে সম্ভৱ নহ'ল বুলি ক'লে ।
সঁচাকৈয়ে এখন ভাল লগা ফটো ।বৰ্তমান প্ৰজন্মৰ বহুতৰে অনুভৱ -অনুভূতি নোহোৱা হৈ গ'ল বুলি আমি সততে সমালোচনা কৰি থকাৰ পিছত এনে দৃশ্যই মন পুলকিত কৰি তোলে ।
একেবাৰে শেষ হৈ যোৱা নাই মানৱতা !!

এখন সুন্দৰ সমাজ নিৰ্মাণৰ বাবে ৯০ -৮০ শতাংশ নম্বৰ পোৱা শিক্ষাৰ্থীৰ সলনি এনেকুৱা শিক্ষাৰ্থীহে আমাক লাগে ।

❤️

©️ Baruah

24/05/2025
24/05/2025
24/05/2025
This picnic season make sure you visit Doimara. Just 75kms away from Tezpur, an unexplored area with awesome scenic view...
31/12/2020

This picnic season make sure you visit Doimara. Just 75kms away from Tezpur, an unexplored area with awesome scenic views and the sound of the river will make your photos look awesome too.
Road:- Tezpur to Doimara via Missamari
Road Condition:- Very Good with some rare patches.
Road Detail:- 20-30kms Hill Area with steep curves
Safety: 4/5 Carry your car tools and Get out before it gets dark because it is forest reserve area.
Permissions:- You will need to present your ID card at the Missamari Army Camp.

Scenic yet filled with modern amenities - Nameri National Park
20/11/2019

Scenic yet filled with modern amenities - Nameri National Park

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Tezpur Tourism posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tezpur Tourism:

Share